NEWS

Tihu Lakshmi Puja: টিহুত শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ মহাৰজত জয়ন্তী, ৰাজপথত উলিয়ালে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, অংশ ল’লে অভিনেতা চম্পক শর্মা আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে

Lakhmi Puja celebration in tihu পূব ভাৰতৰ পশ্চিম বংগ, অসম,ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিক ভাৱেশাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। আন আন প্ৰান্তৰ সমান্তৰালকৈ টিহুত শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ মহাৰজত জয়ন্তী আজিৰে পৰা আৰম্ভ হৈছে। নলবাৰী জিলাৰ টিহুৰ ঐতিহ্যমণ্ডিত টিহু নগৰ শ্ৰীশ্ৰী লক্ষ্মীপূজা মহাৰজত জয়ন্তী আজিৰে পৰা অহা ২০ অক্টোবৰলৈ টিহু নগৰ হৰিমন্দিৰ প্ৰাংগনত পাঁচদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে টিহু নগৰৰ ৰাজপথত উলিওৱা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ-অভিনেতা চম্পক শৰ্মাই আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে। টিহু হৰিমন্দিৰৰ পৰা উলিওৱা বিশাল শোভাযাত্ৰাটোৱে টিহু নগৰৰ ৰাজপথৰে পৰিভ্ৰমণ কৰি শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ বন্দনাৰে মুখৰিত কৰি দেৱীৰ জয়-ধ্বনি দিয়া পৰিলক্ষিত হয়। উদযাপন সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ১৬ অক্টোৱৰৰ পুৱা উদযাপন সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা টিহু নগৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা মহাৰজত জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰে অহা ২০ অক্টোবৰত সামৰণি পৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত ২০২৩ বৰ্ষৰ ইণ্ডিয়ান আইডল বিজয়ী কণ্ঠশিল্পী ঋষি সিঙে গীত পৰিৱেশন কৰিব। ৰাতিপুৱাৰে পৰা টিহু নগৰ শ্ৰী শ্ৰী লক্ষ্মীপূজাৰ মহাৰজত জয়ন্তীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গ’ল। ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাই উদযাপন সমিতিয়ে। ১৯৪৯ চনৰে পৰা উদযাপন হৈ অহা লক্ষ্মীপূজাত প্ৰতিবছৰে দূৰ-দূৰণিৰ ভক্তৰ সমাগমো পৰিলক্ষিত হয়। অসমৰ বাতৰি / খবৰ / অসম / Tihu Lakshmi Puja: টিহুত শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ মহাৰজত জয়ন্তী, ৰাজপথত উলিয়ালে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, অংশ ল’লে অভিনেতা চম্পক শর্মা আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে Tihu Lakshmi Puja: টিহুত শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ মহাৰজত জয়ন্তী, ৰাজপথত উলিয়ালে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, অংশ ল’লে অভিনেতা চম্পক শর্মা আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে Lakhmi Puja celebration in tihu পূব ভাৰতৰ পশ্চিম বংগ, অসম,ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিক ভাৱেশাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। আন আন প্ৰান্তৰ সমান্তৰালকৈ টিহুত শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ মহাৰজত জয়ন্তী আজিৰে পৰা আৰম্ভ হৈছে। অধিক পঢ়ক … 1-MIN READ local18 Tihu,Nalbari,Assam Last Updated : October 16, 2024, 6:25 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি পূব ভাৰতৰ পশ্চিম বংগ, অসম,ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিক ভাৱেশাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। আন আন প্ৰান্তৰ সমান্তৰালকৈ টিহুত শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ মহাৰজত জয়ন্তী আজিৰে পৰা আৰম্ভ হৈছে। নলবাৰী জিলাৰ টিহুৰ ঐতিহ্যমণ্ডিত টিহু নগৰ শ্ৰীশ্ৰী লক্ষ্মীপূজা মহাৰজত জয়ন্তী আজিৰে পৰা অহা ২০ অক্টোবৰলৈ টিহু নগৰ হৰিমন্দিৰ প্ৰাংগনত পাঁচদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বিজ্ঞাপন এই উদ্দেশ্যে টিহু নগৰৰ ৰাজপথত উলিওৱা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ-অভিনেতা চম্পক শৰ্মাই আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে। টিহু হৰিমন্দিৰৰ পৰা উলিওৱা বিশাল শোভাযাত্ৰাটোৱে টিহু নগৰৰ ৰাজপথৰে পৰিভ্ৰমণ কৰি শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ বন্দনাৰে মুখৰিত কৰি দেৱীৰ জয়-ধ্বনি দিয়া পৰিলক্ষিত হয়। উদযাপন সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ১৬ অক্টোৱৰৰ পুৱা উদযাপন সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিজ্ঞাপন পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা টিহু নগৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা মহাৰজত জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰে অহা ২০ অক্টোবৰত সামৰণি পৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত ২০২৩ বৰ্ষৰ ইণ্ডিয়ান আইডল বিজয়ী কণ্ঠশিল্পী ঋষি সিঙে গীত পৰিৱেশন কৰিব। ৰাতিপুৱাৰে পৰা টিহু নগৰ শ্ৰী শ্ৰী লক্ষ্মীপূজাৰ মহাৰজত জয়ন্তীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গ’ল। ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাই উদযাপন সমিতিয়ে। ১৯৪৯ চনৰে পৰা উদযাপন হৈ অহা লক্ষ্মীপূজাত প্ৰতিবছৰে দূৰ-দূৰণিৰ ভক্তৰ সমাগমো পৰিলক্ষিত হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: lakshmi puja , local18 , Tihu First Published : October 16, 2024, 6:15 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.