NEWS

গুৱাহাটীত মুকলি 'Divine Blessings' নামৰ এটা Meditation & Access Bars Centre, 'Divine Blessings'ত আপুনি কি পাব?

গুৱাহাটীত মুকলি 'Divine Blessings' নামৰ এটা Meditation & Access Bars Centre । গুৱাহাটী ক্লাৱত নতুনকৈ মুকলি কৰা হ’ল ‘Divine Blessings’ নামৰ এটা Meditation & Access Bars Centre । চেণ্টাৰটো মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। ‘Divine Blessings’ত আপুনি কি পাব? ‘Divine Blessings’ৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আৰু আৰ জে আলিয়াই কয় যে, এইটো এটা সম্পূৰ্ণ ধ্যান আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ। ইয়াত সকলো মানুহে আহি থেৰাপী ল’ব পাৰিব। বহুতৰে জীৱনত নানা সমস্যা থাকে। বিভিন্ন মানসিক অশান্তিত ভুগি থাকে। এই কেন্দ্ৰত এইবিলাক সকলোৰে থেৰাপী প্ৰদান কৰা হ’ব। ইতিমধ্যে তেওঁলোকে বহু লোকক Access Bars থেৰাপী প্ৰদান কৰিছে। আৰু বহুতে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। লগতে এই কেন্দ্ৰতে মুকলি কৰা হৈছে ক্ৰীষ্টেলৰ এটা শ্ব’ ৰুম। অসমৰ বাহিৰৰ লগতে ভাৰতৰ বাহিৰৰ পৰা ক্ৰীষ্টেল আনিও ৰখা হৈছে চেণ্টাৰত। গতিকে সকলো গ্ৰাহকে এই কেন্দ্ৰতে সহজতে লাভ কৰিব বিভিন্ন ধৰণৰ ক্ৰীষ্টেল। ইপিনে ‘Divine Blessings’ মুকলি কৰি অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আৰু আৰ জে আলিয়াক শুভেচ্ছা জনাই। লগতে কয় যে, ধ্যানৰ শক্তিৰ কথা আমি সকলোৱে জানো। Access Bars হৈছে এটা নতুন ধাৰণা অসমত। যদিও নতুন তথাপি সোনকালে জনপ্ৰিয় হৈছে। লগতে ইয়াৰ পৰা বহুতে সুফল লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে বহুতে আহি ধ্যান অথবা Access Bars গ্ৰহণ কৰিবলৈ আহে। অসমৰ বাতৰি / খবৰ / অসম / গুৱাহাটী / গুৱাহাটীত মুকলি 'Divine Blessings' নামৰ এটা Meditation & Access Bars Centre, 'Divine Blessings'ত আপুনি কি পাব? গুৱাহাটীত মুকলি 'Divine Blessings' নামৰ এটা Meditation & Access Bars Centre, 'Divine Blessings'ত আপুনি কি পাব? গুৱাহাটীত মুকলি 'Divine Blessings' নামৰ এটা Meditation & Access Bars Centre । গুৱাহাটী ক্লাৱত নতুনকৈ মুকলি কৰা হ’ল ‘Divine Blessings’ নামৰ এটা Meditation & Access Bars Centre । চেণ্টাৰটো মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। ‘Divine Blessings’ত আপুনি কি পাব? অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : October 16, 2024, 6:24 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি গুৱাহাটী ক্লাৱত নতুনকৈ মুকলি কৰা হ’ল ‘Divine Blessings’ নামৰ এটা Meditation & Access Bars Centre । চেণ্টাৰটো মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। ‘Divine Blessings’ত আপুনি কি পাব? ‘Divine Blessings’ৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আৰু আৰ জে আলিয়াই কয় যে, এইটো এটা সম্পূৰ্ণ ধ্যান আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ। ইয়াত সকলো মানুহে আহি থেৰাপী ল’ব পাৰিব। বহুতৰে জীৱনত নানা সমস্যা থাকে। বিভিন্ন মানসিক অশান্তিত ভুগি থাকে। এই কেন্দ্ৰত এইবিলাক সকলোৰে থেৰাপী প্ৰদান কৰা হ’ব। বিজ্ঞাপন ইতিমধ্যে তেওঁলোকে বহু লোকক Access Bars থেৰাপী প্ৰদান কৰিছে। আৰু বহুতে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। লগতে এই কেন্দ্ৰতে মুকলি কৰা হৈছে ক্ৰীষ্টেলৰ এটা শ্ব’ ৰুম। অসমৰ বাহিৰৰ লগতে ভাৰতৰ বাহিৰৰ পৰা ক্ৰীষ্টেল আনিও ৰখা হৈছে চেণ্টাৰত। গতিকে সকলো গ্ৰাহকে এই কেন্দ্ৰতে সহজতে লাভ কৰিব বিভিন্ন ধৰণৰ ক্ৰীষ্টেল। ইপিনে ‘Divine Blessings’ মুকলি কৰি অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আৰু আৰ জে আলিয়াক শুভেচ্ছা জনাই। লগতে কয় যে, ধ্যানৰ শক্তিৰ কথা আমি সকলোৱে জানো। বিজ্ঞাপন Access Bars হৈছে এটা নতুন ধাৰণা অসমত। যদিও নতুন তথাপি সোনকালে জনপ্ৰিয় হৈছে। লগতে ইয়াৰ পৰা বহুতে সুফল লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে বহুতে আহি ধ্যান অথবা Access Bars গ্ৰহণ কৰিবলৈ আহে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati , local18 First Published : October 16, 2024, 6:24 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.