NEWS

Golaghat News: গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী! মুখ, হাত, ভৰি কিলাকুটি আৰু মূৰেৰেও আঁকিব পাৰে ছবি

গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী। সুকুমাৰ কলাৰ ভিতৰত অন্যতম এক কলা হ’ল চিত্ৰকলা। মধ্যযুগত অসমৰ চিত্ৰকলাক এক সুকীয়া নিদৰ্শন হিচাপে স্বীকৃতি দিয়া এই শিল্পকলা বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয়। গোলাঘাটৰ এজন অতি প্ৰতিভাৱান সুনিপুণ চিত্ৰশিল্পী, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে একো একোখন ছবি। তেওঁ অঁকা প্ৰতিখন ছবিয়েই জীৱন্ত যেন লাগে। অনন্য সুকীয়া প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা গোলাঘাটৰ কাঠকটীয়া গাঁৱৰ প্ৰতিভাৱান যুৱক পুলক গগৈ। ন ন কৌশলেৰে ব্যতিক্ৰমী চিন্তাৰে বহুতো চিত্ৰ অংকন কৰি বিভিন্ন সময়ত প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল হাতেৰে অংকন কৰি নহয়, তেওঁ নিজা দাঁতৰ জৰিয়তেও চিত্ৰ অংকন কৰি উলিয়াব পাৰেএকো একোখন সুনিপুণ চিত্ৰ। অনন্য প্ৰতিভাৰ অধিকাৰী এই চিত্ৰশিল্পীগৰাকীয়ে একেলগে তেওঁৰ শৰীৰৰ মুখ, হাত, ভৰি কিলাকুটি আৰু মুৰেৰেও অংকন কৰি উলিয়াব পাৰে বিভিন্ন ধৰণৰ চিত্ৰ। বিভিন্ন কৌশলৰ জৰিয়তে তেওঁ এজোপা জীৱিত গছতো ৰং তুলিকাৰে অংকন কৰি চিত্ৰ প্ৰস্তুতৰে আকৰ্ষিত কৰি তুলে। অতি কম বয়সৰ পৰাই পুলক গগৈয়ে একান্ত নিজা প্ৰচেষ্টাৰে আৰু কৰ্মদক্ষতাৰে চিত্ৰজগতৰ মাজত আগবাঢ়ি গৈছে। এই চিত্ৰকলাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বিশাৰদৰ দৰে ডিগ্ৰী লাভ কৰি আহিছে। বৰ্তমানেও তেওঁ উঠি অহা নৱপ্ৰজন্মক চিত্ৰকলা জগতখনক চিনাকী কৰি দিয়াৰ উপৰিওআকৰ্ষিত কৰি তুলি এই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। অসমৰ বাতৰি / খবৰ / অসম / Golaghat News: গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী! মুখ, হাত, ভৰি কিলাকুটি আৰু মূৰেৰেও আঁকিব পাৰে ছবি Golaghat News: গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী! মুখ, হাত, ভৰি কিলাকুটি আৰু মূৰেৰেও আঁকিব পাৰে ছবি গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী। সুকুমাৰ কলাৰ ভিতৰত অন্যতম এক কলা হ’ল চিত্ৰকলা। মধ্যযুগত অসমৰ চিত্ৰকলাক এক সুকীয়া নিদৰ্শন হিচাপে স্বীকৃতি দিয়া এই শিল্পকলা বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয়। অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Golaghat,Assam Last Updated : October 16, 2024, 6:11 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Poran Deka সম্পৰ্কীয় বাতৰি গোলাঘাটৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী। সুকুমাৰ কলাৰ ভিতৰত অন্যতম এক কলা হ’ল চিত্ৰকলা। মধ্যযুগত অসমৰ চিত্ৰকলাক এক সুকীয়া নিদৰ্শন হিচাপে স্বীকৃতি দিয়া এই শিল্পকলা বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয়। গোলাঘাটৰ এজন অতি প্ৰতিভাৱান সুনিপুণ চিত্ৰশিল্পী, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে একো একোখন ছবি। তেওঁ অঁকা প্ৰতিখন ছবিয়েই জীৱন্ত যেন লাগে। বিজ্ঞাপন অনন্য সুকীয়া প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা গোলাঘাটৰ কাঠকটীয়া গাঁৱৰ প্ৰতিভাৱান যুৱক পুলক গগৈ। ন ন কৌশলেৰে ব্যতিক্ৰমী চিন্তাৰে বহুতো চিত্ৰ অংকন কৰি বিভিন্ন সময়ত প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল হাতেৰে অংকন কৰি নহয়, তেওঁ নিজা দাঁতৰ জৰিয়তেও চিত্ৰ অংকন কৰি উলিয়াব পাৰেএকো একোখন সুনিপুণ চিত্ৰ। অনন্য প্ৰতিভাৰ অধিকাৰী এই চিত্ৰশিল্পীগৰাকীয়ে একেলগে তেওঁৰ শৰীৰৰ মুখ, হাত, ভৰি কিলাকুটি আৰু মুৰেৰেও অংকন কৰি উলিয়াব পাৰে বিভিন্ন ধৰণৰ চিত্ৰ। বিভিন্ন কৌশলৰ জৰিয়তে তেওঁ এজোপা জীৱিত গছতো ৰং তুলিকাৰে অংকন কৰি চিত্ৰ প্ৰস্তুতৰে আকৰ্ষিত কৰি তুলে। বিজ্ঞাপন অতি কম বয়সৰ পৰাই পুলক গগৈয়ে একান্ত নিজা প্ৰচেষ্টাৰে আৰু কৰ্মদক্ষতাৰে চিত্ৰজগতৰ মাজত আগবাঢ়ি গৈছে। এই চিত্ৰকলাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বিশাৰদৰ দৰে ডিগ্ৰী লাভ কৰি আহিছে। বৰ্তমানেও তেওঁ উঠি অহা নৱপ্ৰজন্মক চিত্ৰকলা জগতখনক চিনাকী কৰি দিয়াৰ উপৰিওআকৰ্ষিত কৰি তুলি এই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Golaghat , local18 First Published : October 16, 2024, 4:49 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.