NEWS

Sivasagar Encounter : শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ‘লাডেন’

শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ। ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ আৰক্ষীৰ। বকতাৰ নেমুগুৰিত নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল হাজৰিকা প্ৰাক্তন আলফা। ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল হাজৰিকাক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ৰাহুল হাজৰিকা ওৰফে ৰিতুল ওৰফে লাডেনৰ ঘৰ মৰাণত। কোনো বিষয়ত সোধা-পোছাৰ বাবে নিশা বকতা অভিমুখে আৰক্ষীয়ে আনি থকাৰ সময়তে এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ জালৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।‌ চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাহুল হাজৰিকাক। অসমৰ বাতৰি / খবৰ / অসম / Sivasagar Encounter : শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ‘লাডেন’ Sivasagar Encounter : শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ‘লাডেন’ ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল হাজৰিকাক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : October 16, 2024, 11:48 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ। ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ আৰক্ষীৰ। বকতাৰ নেমুগুৰিত নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল হাজৰিকা প্ৰাক্তন আলফা। ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল হাজৰিকাক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ৰাহুল হাজৰিকা ওৰফে ৰিতুল ওৰফে লাডেনৰ ঘৰ মৰাণত। কোনো বিষয়ত সোধা-পোছাৰ বাবে নিশা বকতা অভিমুখে আৰক্ষীয়ে আনি থকাৰ সময়তে এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ জালৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।‌ চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাহুল হাজৰিকাক। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Police Encounter First Published : October 16, 2024, 11:48 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.