NEWS

অজান দেশলৈ নাট্যজগতৰ সকলোৰে চিনাকি মুখ মণ্টু কমল বৰুৱা

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ। ৰাজ্যৰ অন্যতম এগৰাকী সকলোৰে পৰিচিত শিল্পীৰ শেষ নিশ্বাস ত্যাগ। বিশিষ্ট নাট্য অভিনেতা তথা পৰিচালক মণ্টু কমল বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে। আৰু পঢ়ক: গুৱাহাটীৰ ভাড়াঘৰত চৰম সিদ্ধান্ত ল’লে চিকিৎসক যুৱতীয়ে? ডাঃ সুজিতাক ব্লেকমেইলিঙ কৰা কোন এই প্ৰেমিক নাইডু? ১২ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল অভিনেতা মণ্টু কমল বৰুৱা। প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত নাট্যাভিনয় আৰম্ভ কৰিছিল মণ্টু কমল বৰুৱা। আজীৱন নাটকত অভিনয় কৰি গৈছিল মণ্টু কমল বৰুৱাই। এটা বৰ্ষত থিয়েটাৰ ভাগ্যদেৱীত মুখ্য চৰিত্ৰতো অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই। আৰু পঢ়ক: দাম বৃদ্ধিৰ ফলত ৰাজ্যত সুৰাৰ বিক্ৰী ৫০ শতাংশ হ্ৰাস, দিছপুৰত হাহাকাৰ! ৰাজহ ঘাটি জোৰা মাৰিবলৈ বিক্ৰীৰ টাৰ্গেট বান্ধি দিলে সুৰা ব্যৱসায়ীক বহু অসমীয়া বোলছবি আৰু অসমীয়া এলবামত অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই। ৫৬ বছৰ বয়সত কৰুণ মৃত্যুক সাৱটিলে সু-অভিনেতাগৰাকীয়ে। মণ্টু কমল বৰুৱাৰ মৃত্যুত উত্তৰ গুৱাহাটী সাহিত্য সভা ,জিলিঙণি, উত্তৰ গুৱাহাটী প্ৰেছ গীল্ড, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ, উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাকে ধৰি দল সংগঠনে শোক প্ৰকাশ কৰিছে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / থিয়েটাৰ পৰা আৰম্ভ কৰি বহু জনপ্ৰিয় বোলছবিত অভিনয়, অজান দেশলৈ নাট্যজগতৰ চিনাকি মুখ মণ্টু কমল বৰুৱা থিয়েটাৰ পৰা আৰম্ভ কৰি বহু জনপ্ৰিয় বোলছবিত অভিনয়, অজান দেশলৈ নাট্যজগতৰ চিনাকি মুখ মণ্টু কমল বৰুৱা ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ। ৰাজ্যৰ অন্যতম এগৰাকী সকলোৰে পৰিচিত শিল্পীৰ শেষ নিশ্বাস ত্যাগ। বিশিষ্ট নাট্য অভিনেতা তথা পৰিচালক মণ্টু কমল বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। অধিক পঢ়ক … 1-MIN READ Assam North Guwahati,Kamrup Metropolitan,Assam Last Updated : May 12, 2024, 3:34 pm IST Published By : kangkan deka Reported By : RANTU BAISHYA সম্পৰ্কীয় বাতৰি ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ। ৰাজ্যৰ অন্যতম এগৰাকী সকলোৰে পৰিচিত শিল্পীৰ শেষ নিশ্বাস ত্যাগ। বিশিষ্ট নাট্য অভিনেতা তথা পৰিচালক মণ্টু কমল বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে। আৰু পঢ়ক: গুৱাহাটীৰ ভাড়াঘৰত চৰম সিদ্ধান্ত ল’লে চিকিৎসক যুৱতীয়ে? ডাঃ সুজিতাক ব্লেকমেইলিঙ কৰা কোন এই প্ৰেমিক নাইডু? বিজ্ঞাপন ১২ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল অভিনেতা মণ্টু কমল বৰুৱা। প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত নাট্যাভিনয় আৰম্ভ কৰিছিল মণ্টু কমল বৰুৱা। আজীৱন নাটকত অভিনয় কৰি গৈছিল মণ্টু কমল বৰুৱাই। এটা বৰ্ষত থিয়েটাৰ ভাগ্যদেৱীত মুখ্য চৰিত্ৰতো অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই। আৰু পঢ়ক: দাম বৃদ্ধিৰ ফলত ৰাজ্যত সুৰাৰ বিক্ৰী ৫০ শতাংশ হ্ৰাস, দিছপুৰত হাহাকাৰ! ৰাজহ ঘাটি জোৰা মাৰিবলৈ বিক্ৰীৰ টাৰ্গেট বান্ধি দিলে সুৰা ব্যৱসায়ীক বিজ্ঞাপন বহু অসমীয়া বোলছবি আৰু অসমীয়া এলবামত অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই। ৫৬ বছৰ বয়সত কৰুণ মৃত্যুক সাৱটিলে সু-অভিনেতাগৰাকীয়ে। মণ্টু কমল বৰুৱাৰ মৃত্যুত উত্তৰ গুৱাহাটী সাহিত্য সভা ,জিলিঙণি, উত্তৰ গুৱাহাটী প্ৰেছ গীল্ড, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ, উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাকে ধৰি দল সংগঠনে শোক প্ৰকাশ কৰিছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertanment News First Published : May 12, 2024, 3:19 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.