NEWS

চৰম সিদ্ধান্ত ল’লে জনপ্ৰিয় অভিনেত্ৰী ছাৰাই! শোকস্তব্ধ অনুৰাগী!

বছৰটোৰ আৰম্ভণিৰে পৰা মনোৰঞ্জন জগতলৈ আহি আছে এটাৰ পিছত আন এটা দুঃসংবাদ। এইবাৰ মনোৰঞ্জন জগতলৈ আহিছে আন এক বেয়া খবৰ। এইবাৰ চৰম সিদ্ধান্ত ল’লে জনপ্ৰিয় অভিনেত্ৰীয়ে। চৰম সিদ্ধান্ত ল’লে টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা বেকাৰে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাত তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। মৃত্যুৰ সময়ত ছাৰা বেকাৰ বয়স আছিল ৫২ বছৰ। ছাৰাৰ মৃত্যুৰ কথা পৰিয়ালে নিশ্চিত কৰিছে। পৰিয়ালৰ লোকে অভিনেত্ৰীগৰাতীয়ে চৰম সিদ্ধান্ত লোৱা বুলি জানিব দিছে। অৱশ্যে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে কিয় চৰম সিদ্ধান্ত ল’লে এতিয়াও জনোৱা নাই। এমটিভি ‘দ্য ৰিয়েল ৱৰ্ল্ড’ৰ তাৰকাগৰাকীৰ মৃত্যুত অনুৰাগীসকলে শোক প্ৰকাশ কৰিছে। I'm heartbroken to learn Sarah Becker has passed away. One of the most effortlessly cool, funny and likable people I've known and a wonderful friend I regret not staying in touch with more after she moved away. So many great SDCC/movie/party/hanging out memories. Love you, Sarah. pic.twitter.com/ILuh90yKH4 যোৱা সপ্তাহত ছাৰাই চৰম সিদ্ধান্ত লোৱা বুলি পৰিয়ালে জানিব দিছে। ছাৰাৰ পৰিয়ালে অৱগত কৰে দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল অভিনেত্ৰীগৰাকী। কিছুদিন পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ছাৰা বেকাৰ। আৰু পঢ়ক: বাল্যবন্ধুৱেই কাল হ’ল দিতুমণিৰ, পত্নীৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হৈ বন্ধুকেই নৃশংসভাৱে হত্যা কৰিলে বিশ্বাসঘাতক অৰূপে ২৫ বছৰ বয়সত ছাৰা এমটিভিৰ ‘দ্য ৰিয়েল ৱৰ্ল্ড’ শ্ব’ৰ ৫ম ছিজনত অভিনয় কৰিছিল। অভিনেত্ৰী ছাৰা বেকাৰে ৱাইল্ডষ্ট্ৰম কমিক্সতো অভিনয় কৰিছিল। ৫২ বছৰ বয়সত অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ স্তম্ভিত কৰি তুলিছে প্ৰতিগৰাকী অনুৰাগীক। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.