NEWS

থিয়েটাৰ সূৰ্য্যৰ প্ৰম' ভিডিঅ' আৰু 'আই লাভ ইউ' শীৰ্ষক গীত মুকলি

থিয়েটাৰ সূৰ্য্যৰ প্ৰম' ভিডিঅ' আৰু 'আই লাভ ইউ' শীৰ্ষক গীত মুকলি। ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে থিয়েটাৰ সূৰ্য্য। বুধবাৰে থিয়েটাৰ সূৰ্য্যৰ অভিজিৎ ভট্টাচাৰ্য্যৰ ‘মৰমত তেজৰ টোপাল’ নামৰ নাটকখনৰ প্ৰম’ ভিডিঅ’ আৰু গীত মুকলি কৰা হয়। গুৱাহাটীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ’ত ‘মৰমত তেজৰ টোপাল’ নাটকৰ ‘আই লাভ ইউ’ শীৰ্ষক গীতটি মুকলি কৰা হয়। এই গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য, জনপ্ৰিয় অভিনেতা উৎপল দাস, প্ৰযোজক মুনিন্দ্ৰ বৰ্মন, জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা, সংগীত পৰিচালক অজয় ফুকনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। ২০২৪-২৫ বৰ্ষত থিয়েটাৰ সূৰ্য্যৰ কলা-কুশলীসকলে আশা প্ৰকাশ কৰিছে যে বিগত বৰ্ষৰ দৰে এইবেলিও থিয়েটাৰ সূৰ্য্যক ৰাইজে আঁকোৱালি ল’ব। গীতটিক সকলোৱে মৰম দিব বুলি আশাবাদী ভ্ৰাম্যমাণ থিয়েটাৰ সূৰ্য্যৰ সকলো সদস্যই। অহা ৮ জুলাইৰ পৰা আখৰা আৰম্ভ কৰিব থিয়েটাৰ সূৰ্য্যই আৰু আগষ্টৰ ১৬ তাৰিখৰ পৰা নাটক মঞ্চস্থ কৰাৰ কথা প্ৰকাশ‌‌ কৰে নাট্য গোষ্ঠীটোৱে। পূৰ্বৰ দৰে এই বৰ্ষটো আটাইকেইখন নাটক চাবলৈ সকলো নাট্যপ্ৰেমী ৰাইজক আহ্বান জনাই সূৰ্য্য থিয়েটাৰ নাট্য গোষ্ঠীয়ে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / আকৌ সাজু সূৰ্য্য! থিয়েটাৰ সূৰ্য্যৰ প্ৰম' ভিডিঅ' আৰু 'আই লাভ ইউ' শীৰ্ষক গীত মুকলি আকৌ সাজু সূৰ্য্য! থিয়েটাৰ সূৰ্য্যৰ প্ৰম' ভিডিঅ' আৰু 'আই লাভ ইউ' শীৰ্ষক গীত মুকলি থিয়েটাৰ সূৰ্য্যৰ প্ৰম' ভিডিঅ' আৰু 'আই লাভ ইউ' শীৰ্ষক গীত মুকলি। ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে থিয়েটাৰ সূৰ্য্য। বুধবাৰে থিয়েটাৰ সূৰ্য্যৰ অভিজিৎ ভট্টাচাৰ্য্যৰ ‘মৰমত তেজৰ টোপাল’ নামৰ নাটকখনৰ প্ৰম’ ভিডিঅ’ আৰু গীত মুকলি কৰা হয়। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : June 27, 2024, 3:19 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে থিয়েটাৰ সূৰ্য্য। বুধবাৰে থিয়েটাৰ সূৰ্য্যৰ অভিজিৎ ভট্টাচাৰ্য্যৰ ‘মৰমত তেজৰ টোপাল’ নামৰ নাটকখনৰ প্ৰম’ ভিডিঅ’ আৰু গীত মুকলি কৰা হয়। গুৱাহাটীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ’ত ‘মৰমত তেজৰ টোপাল’ নাটকৰ ‘আই লাভ ইউ’ শীৰ্ষক গীতটি মুকলি কৰা হয়। এই গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য, জনপ্ৰিয় অভিনেতা উৎপল দাস, প্ৰযোজক মুনিন্দ্ৰ বৰ্মন, জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা, সংগীত পৰিচালক অজয় ফুকনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। বিজ্ঞাপন ২০২৪-২৫ বৰ্ষত থিয়েটাৰ সূৰ্য্যৰ কলা-কুশলীসকলে আশা প্ৰকাশ কৰিছে যে বিগত বৰ্ষৰ দৰে এইবেলিও থিয়েটাৰ সূৰ্য্যক ৰাইজে আঁকোৱালি ল’ব। গীতটিক সকলোৱে মৰম দিব বুলি আশাবাদী ভ্ৰাম্যমাণ থিয়েটাৰ সূৰ্য্যৰ সকলো সদস্যই। অহা ৮ জুলাইৰ পৰা আখৰা আৰম্ভ কৰিব থিয়েটাৰ সূৰ্য্যই আৰু আগষ্টৰ ১৬ তাৰিখৰ পৰা নাটক মঞ্চস্থ কৰাৰ কথা প্ৰকাশ‌‌ কৰে নাট্য গোষ্ঠীটোৱে। পূৰ্বৰ দৰে এই বৰ্ষটো আটাইকেইখন নাটক চাবলৈ সকলো নাট্যপ্ৰেমী ৰাইজক আহ্বান জনাই সূৰ্য্য থিয়েটাৰ নাট্য গোষ্ঠীয়ে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Abhijeet Bhattacharya , Ajoy Phukan , Entertainment News , mobile theatre , Utpal Das First Published : June 27, 2024, 3:19 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.