NEWS

জিঅ’ৰ নতুন আনলিমিটেড প্লেন, ৩ জুলাইৰ হ’ব কাৰ্যকৰী

দেশৰ শীৰ্ষৰ টেলিকম কোম্পানী জিঅ’ ৩ জুলাইৰ পৰা ম’বাইল ৰিচাৰ্জৰ দৰ ১২ৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰিব। কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা জানিবলৈ দিছে। জিঅ’ই প্ৰায় আঢ়ৈ বছৰৰ পিছত প্ৰথমবাৰ ম’বাইল সেৱাৰ দৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ এম আম্বানীয়ে বিবৃতিত কয়, ‘‘নতুন প্লেনৰ আৰম্ভণি ইণ্ডাষ্ট্ৰী ইন’ভেচনক আগবঢ়াবলৈ, ৫জি আৰু এআই টেকন’লজীত বিনিয়োগৰ জৰিয়তে পৰিৱেশ অনুকূলতা বৃদ্ধিক আগবঢ়োৱাৰ দিশত এক পদক্ষেপ।’’ কোম্পানীটোৱে প্ৰায় সকলো ম’বাইল সেৱাৰ দৰ বৃদ্ধি কৰিব। আটাইতকৈ কম ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি ১৯ টকা কৰা হ’ব। এয়া ১ জিবি ডাটা ‘এড-অন-পেক’, যাৰ দাম ১৫ টকা আছিল। এয়া প্ৰায় ২৫ শতাংশ অধিক। কোম্পানীটোৱে কয় যে ৭৫ জিবি পোষ্টপেইড ডাটা প্লেনৰ দাম এতিয়া ৩৯৯ টকাৰ পৰা বাঢ়ি ৪৪৯ টকা হ’ব। জিঅ’ই ৮৪ দিনৰ বৈধতা থকা জনপ্ৰিয় ৬৬৬ টকাৰ আনলিমিটেড প্লেনৰ দাম প্ৰায় ২০ শতাংশ বৃদ্ধি কৰি ৭৯৯ টকা কৰিছে। বাৰ্ষিক ৰিচাৰ্জ প্লেনৰ দাম ২০-২১ শতাংশ বৃদ্ধি কৰি ১৫৫৯ টকাৰ পৰা ১৮৯৯ টকা আৰু ২৯৯৯ টকাৰ পৰা ৩৫৯৯ টকা কৰা হ’ব। কোম্পানীৰ বিবৃত্তি অনুসৰি, ‘‘সকলো ২ জিবি প্ৰতিদিনে আৰু তাতকৈ অধিক প্লেনত আনলিমিটেড ৫জি ডাটা উপলব্ধ হ’ব। নতুন প্লেন ৩ জুলাই ২০২৪ৰ পৰা কাৰ্যকৰী হ’ব। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / jio Recharge Plan : জিঅ’ৰ নতুন আনলিমিটেড ৰিচাৰ্জ প্লেন, ৩ জুলাইৰ হ’ব কাৰ্যকৰী, তাৰ পূৰ্বে ৰিচাৰ্জ কৰিলে ২৫% লাভ jio Recharge Plan : জিঅ’ৰ নতুন আনলিমিটেড ৰিচাৰ্জ প্লেন, ৩ জুলাইৰ হ’ব কাৰ্যকৰী, তাৰ পূৰ্বে ৰিচাৰ্জ কৰিলে ২৫% লাভ Jio Recharge Plan Hike : কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা জানিবলৈ দিছে। জিঅ’ই প্ৰায় আঢ়ৈ বছৰৰ পিছত প্ৰথমবাৰ ম’বাইল সেৱাৰ দৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : June 28, 2024, 1:14 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি দেশৰ শীৰ্ষৰ টেলিকম কোম্পানী জিঅ’ ৩ জুলাইৰ পৰা ম’বাইল ৰিচাৰ্জৰ দৰ ১২ৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰিব। কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা জানিবলৈ দিছে। জিঅ’ই প্ৰায় আঢ়ৈ বছৰৰ পিছত প্ৰথমবাৰ ম’বাইল সেৱাৰ দৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ এম আম্বানীয়ে বিবৃতিত কয়, ‘‘নতুন প্লেনৰ আৰম্ভণি ইণ্ডাষ্ট্ৰী ইন’ভেচনক আগবঢ়াবলৈ, ৫জি আৰু এআই টেকন’লজীত বিনিয়োগৰ জৰিয়তে পৰিৱেশ অনুকূলতা বৃদ্ধিক আগবঢ়োৱাৰ দিশত এক পদক্ষেপ।’’ কোম্পানীটোৱে প্ৰায় সকলো ম’বাইল সেৱাৰ দৰ বৃদ্ধি কৰিব। বিজ্ঞাপন আটাইতকৈ কম ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি ১৯ টকা কৰা হ’ব। এয়া ১ জিবি ডাটা ‘এড-অন-পেক’, যাৰ দাম ১৫ টকা আছিল। এয়া প্ৰায় ২৫ শতাংশ অধিক। কোম্পানীটোৱে কয় যে ৭৫ জিবি পোষ্টপেইড ডাটা প্লেনৰ দাম এতিয়া ৩৯৯ টকাৰ পৰা বাঢ়ি ৪৪৯ টকা হ’ব। জিঅ’ই ৮৪ দিনৰ বৈধতা থকা জনপ্ৰিয় ৬৬৬ টকাৰ আনলিমিটেড প্লেনৰ দাম প্ৰায় ২০ শতাংশ বৃদ্ধি কৰি ৭৯৯ টকা কৰিছে। বিজ্ঞাপন বাৰ্ষিক ৰিচাৰ্জ প্লেনৰ দাম ২০-২১ শতাংশ বৃদ্ধি কৰি ১৫৫৯ টকাৰ পৰা ১৮৯৯ টকা আৰু ২৯৯৯ টকাৰ পৰা ৩৫৯৯ টকা কৰা হ’ব। কোম্পানীৰ বিবৃত্তি অনুসৰি, ‘‘সকলো ২ জিবি প্ৰতিদিনে আৰু তাতকৈ অধিক প্লেনত আনলিমিটেড ৫জি ডাটা উপলব্ধ হ’ব। নতুন প্লেন ৩ জুলাই ২০২৪ৰ পৰা কাৰ্যকৰী হ’ব। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Jio , Reliance Jio First Published : June 28, 2024, 1:12 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.