NEWS

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত হাৰিয়ানাক ১১-০ গ'লত পৰাস্ত কৰি বিজয়ী হ’ল অসম

৪০ বছৰৰ পিছত যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন শুক্ৰবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয়। যোৰহাটত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ টায়াৰ-২ চূড়ান্ত খেলখনত অসমৰ দলটো জয়ী হয়। অসমৰ দলটোৱে হাৰিয়ানাক ১১-০ গলত পৰাস্ত কৰি সুদীৰ্ঘ ১২ বছৰৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ ফুটবল দলসমূহে অংশ গ্ৰহণ কৰে। ১৫ বছৰ অনুৰ্ধ অসমৰ চেম্পিয়ন ফুটবল দলটোক উন্নত প্ৰশিক্ষণ প্ৰদান কৰি দলটোৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষ খেলুৱৈ গঢ় দিয়াৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰে। আনহাতে সীমিত আন্তঃগাঁঠনিৰ মাজেৰে যোৰহাটত এনে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ শলাগ লৈছে সকলোৱে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত হাৰিয়ানাক ১১-০ গ'লত পৰাস্ত কৰি বিজয়ী হ’ল অসম ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত হাৰিয়ানাক ১১-০ গ'লত পৰাস্ত কৰি বিজয়ী হ’ল অসম ৪০ বছৰৰ পিছত যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন শুক্ৰবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয়। যোৰহাটত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ টায়াৰ-২ চূড়ান্ত খেলখনত অসমৰ দলটো জয়ী হয়। অধিক পঢ়ক … 1-MIN READ Assam Jorhat,Jorhat,Assam Last Updated : September 20, 2024, 11:53 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : GAUTOM BORAH সম্পৰ্কীয় বাতৰি ৪০ বছৰৰ পিছত যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন শুক্ৰবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয়। যোৰহাটত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ টায়াৰ-২ চূড়ান্ত খেলখনত অসমৰ দলটো জয়ী হয়। অসমৰ দলটোৱে হাৰিয়ানাক ১১-০ গলত পৰাস্ত কৰি সুদীৰ্ঘ ১২ বছৰৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ ফুটবল দলসমূহে অংশ গ্ৰহণ কৰে। ১৫ বছৰ অনুৰ্ধ অসমৰ চেম্পিয়ন ফুটবল দলটোক উন্নত প্ৰশিক্ষণ প্ৰদান কৰি দলটোৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষ খেলুৱৈ গঢ় দিয়াৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰে। আনহাতে সীমিত আন্তঃগাঁঠনিৰ মাজেৰে যোৰহাটত এনে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ শলাগ লৈছে সকলোৱে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: jorhat , Sports News First Published : September 20, 2024, 11:53 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.