NEWS

অসমীয়া ছবিত অভিনয় কৰিব থাইলেণ্ডৰ যুৱতীয়ে

আহি আছে অসমীয়া ছবি 'ধ্বজা'। হলিউডৰ বিখ্যাত একচন টিম 'The One'এ কাম কৰিব ছবিখনত। ছবিগৃহলৈ আহি আছে একচন থ্ৰিলাৰ ‘ধ্বজা’ নামৰ এখন নতুন অসমীয়া ছবি। যিখন ছবিত মুখ্য অভিনেত্ৰী হিচাপে থাকিব থাইলেণ্ডৰ এগৰাকী যুৱতী। ‘ধ্বজা’ নামৰ অসমীয়া ছবিখনত হলিউডৰ বিখ্যাত একচন টিম ‘The One’ -এ কাম কৰিব। কেইবাটাও ভাষাত নিৰ্মাণ হ’ব লগা ছবিখনৰ শুকুৰবাৰে জ্যোতি চিত্ৰবনত উন্মোচন কৰা হয় প’ষ্টাৰ। R3 Motion Picturesৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ লেখক, পৰিচালক তথা প্ৰযোজক শ্বাহজাহান ৰহমান। ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, দিগন্ত হাজৰিকা, উদয়ন দুৱৰা, বংকিম শইকীয়াকে ধৰি বহু শিল্পীয়ে। অহা ১ চেপ্টেম্বৰৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হ’ব। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হ’ব ভাৰত তথা থাইলেণ্ডৰ বিভিন্ন প্ৰান্তত। পৰিচালক তথা প্ৰযোজক শ্বাহজাহান ৰহমানে জনোৱা মতে অহা বছৰ ছবিখনৰ মুক্তি দিয়া হ’ব। উল্লেখ্য যে অসমীয়া ছবিয়ে এক নতুন ধাৰা সৃষ্টি কৰিবলৈ গৈ আছে। কিয়নো এই ছবিখনত হলিউডৰ একচন টিমে কাম কৰিব, থাকিলেণ্ডৰ যুৱতীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব লগতে কেইবাটাও ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৰ্থাৎ ছবিখনে অসমতে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত ভুমুকি মাৰিব। যিহেতু ছবিখন ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰিব গতিকে সমূহ অসমবাসীৰ বাবে এয়া সন্মান ৰক্ষাৰ দায়িত্ব বুলি প্ৰকাশ‌ কৰে অভিনেতা ৰবি শৰ্মাই। লগতে ছবিখনক লৈ আশাবাদী প্ৰতিগৰাকী শিল্পী কলা-কুশলীসকল। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Assamese Film: অসমীয়া ছবিত অভিনয় কৰিব থাইলেণ্ডৰ যুৱতীয়ে, হলিউডৰ বিখ্যাত একচন টিম 'The One'-এ কাম কৰিব ছবিখনত Assamese Film: অসমীয়া ছবিত অভিনয় কৰিব থাইলেণ্ডৰ যুৱতীয়ে, হলিউডৰ বিখ্যাত একচন টিম 'The One'-এ কাম কৰিব ছবিখনত আহি আছে অসমীয়া ছবি 'ধ্বজা'। হলিউডৰ বিখ্যাত একচন টিম 'The One'এ কাম কৰিব ছবিখনত। আহি আছে অসমীয়া ছবি ‘ধ্বজা’। হলিউডৰ বিখ্যাত একচন টিম ‘The One’ -এ কাম কৰিব ছবিখনত। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : June 29, 2024, 3:28 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ছবিগৃহলৈ আহি আছে একচন থ্ৰিলাৰ ‘ধ্বজা’ নামৰ এখন নতুন অসমীয়া ছবি। যিখন ছবিত মুখ্য অভিনেত্ৰী হিচাপে থাকিব থাইলেণ্ডৰ এগৰাকী যুৱতী। ‘ধ্বজা’ নামৰ অসমীয়া ছবিখনত হলিউডৰ বিখ্যাত একচন টিম ‘The One’ -এ কাম কৰিব। কেইবাটাও ভাষাত নিৰ্মাণ হ’ব লগা ছবিখনৰ শুকুৰবাৰে জ্যোতি চিত্ৰবনত উন্মোচন কৰা হয় প’ষ্টাৰ। R3 Motion Picturesৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ লেখক, পৰিচালক তথা প্ৰযোজক শ্বাহজাহান ৰহমান। ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, দিগন্ত হাজৰিকা, উদয়ন দুৱৰা, বংকিম শইকীয়াকে ধৰি বহু শিল্পীয়ে। বিজ্ঞাপন অহা ১ চেপ্টেম্বৰৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হ’ব। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হ’ব ভাৰত তথা থাইলেণ্ডৰ বিভিন্ন প্ৰান্তত। পৰিচালক তথা প্ৰযোজক শ্বাহজাহান ৰহমানে জনোৱা মতে অহা বছৰ ছবিখনৰ মুক্তি দিয়া হ’ব। উল্লেখ্য যে অসমীয়া ছবিয়ে এক নতুন ধাৰা সৃষ্টি কৰিবলৈ গৈ আছে। কিয়নো এই ছবিখনত হলিউডৰ একচন টিমে কাম কৰিব, থাকিলেণ্ডৰ যুৱতীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিব লগতে কেইবাটাও ভাষাত নিৰ্মাণ কৰা হ’ব ছবিখন। অৰ্থাৎ ছবিখনে অসমতে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত ভুমুকি মাৰিব। যিহেতু ছবিখন ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰিব গতিকে সমূহ অসমবাসীৰ বাবে এয়া সন্মান ৰক্ষাৰ দায়িত্ব বুলি প্ৰকাশ‌ কৰে অভিনেতা ৰবি শৰ্মাই। লগতে ছবিখনক লৈ আশাবাদী প্ৰতিগৰাকী শিল্পী কলা-কুশলীসকল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assamese Film , local18 , Thailand First Published : June 29, 2024, 3:28 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.