NEWS

পত্নীৰ মৃতদেহৰ সন্মুখতে নিজকে শেষ কৰিলে IPS শিলাদিত্য চেতিয়াই

মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ এটা আছুতীয়া ICU কক্ষ। এই আছুতীয়া কক্ষত দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব IPS শিলাদিত্য চেতিয়াৰ পত্নী আঘোমণি বৰবৰা। কিন্তু মঙলবাৰে সন্ধিয়া সেই আছুতীয়া ICU কক্ষৰ পৰা আহিল এক বেয়া খবৰ। কোনেও কেতিয়াও আশা নকৰা এক খবৰ। পত্নীৰ মৃতদেহৰ কাষতে চৰম পথ বাচি ল’লে IPS শিলাদিত্য চেতিয়াই। আৰু পঢ়ক: পত্নীৰ মৃতদেহৰ সন্মুখতে নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়াই মূৰত গুলীয়াই চৰম পথ বাচি ল’লে শিলাদিত্য চেতিয়াই। কিন্তু বিগত ৪মাহে ছুটীত আছিল শিলাদিত্য চেতিয়া। ২০০৫ চনত ইংৰাজীৰ প্ৰবক্তা আছিল শিলাদিত্য চেতিয়া। ২০০৯ চনৰ বেটছৰ IPS আছিল শিলাদিত্য চেতিয়া। কেইবাখনো জিলাৰ SPৰ দায়িত্বতো আছিল শিলাদিত্য চেতিয়া। 4th APBnৰো কমাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়া। DIG হৈ থাকোতেই গৃহ সচিব হিচাপে শিলাদিত্য চেতিয়াক কৰিছিল বদলি। আৰু পঢ়ক: IPS শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত, মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ কিন্তু আজি আহিল সেই দুঃসংবাদটো। আজি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পত্নীয়ে কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু তাৰ পিছতে পত্নীৰ মৃতদেহৰ ওচৰৰ কক্ষতে ছাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই শেষ নিশ্বাস ত্যাগ কৰে শিলাদিত্য চেতিয়াই। অসমৰ বাতৰি / খবৰ / অসম / IPS Shiladitya Chetia : সন্মুখত পত্নীৰ মৃতদেহ, দুখ সহিব নোৱাৰি মূৰত গুলীয়াই নিজকে শেষ কৰিলে IPS শিলাদিত্য চেতিয়াই IPS Shiladitya Chetia : সন্মুখত পত্নীৰ মৃতদেহ, দুখ সহিব নোৱাৰি মূৰত গুলীয়াই নিজকে শেষ কৰিলে IPS শিলাদিত্য চেতিয়াই মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ এটা আছুতীয়া ICU কক্ষ। এই আছুতীয়া কক্ষত দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব IPS শিলাদিত্য চেতিয়াৰ পত্নী। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : June 18, 2024, 5:59 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ এটা আছুতীয়া ICU কক্ষ। এই আছুতীয়া কক্ষত দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব IPS শিলাদিত্য চেতিয়াৰ পত্নী আঘোমণি বৰবৰা। কিন্তু মঙলবাৰে সন্ধিয়া সেই আছুতীয়া ICU কক্ষৰ পৰা আহিল এক বেয়া খবৰ। কোনেও কেতিয়াও আশা নকৰা এক খবৰ। পত্নীৰ মৃতদেহৰ কাষতে চৰম পথ বাচি ল’লে IPS শিলাদিত্য চেতিয়াই। বিজ্ঞাপন আৰু পঢ়ক: পত্নীৰ মৃতদেহৰ সন্মুখতে নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়াই মূৰত গুলীয়াই চৰম পথ বাচি ল’লে শিলাদিত্য চেতিয়াই। কিন্তু বিগত ৪মাহে ছুটীত আছিল শিলাদিত্য চেতিয়া। ২০০৫ চনত ইংৰাজীৰ প্ৰবক্তা আছিল শিলাদিত্য চেতিয়া। ২০০৯ চনৰ বেটছৰ IPS আছিল শিলাদিত্য চেতিয়া। কেইবাখনো জিলাৰ SPৰ দায়িত্বতো আছিল শিলাদিত্য চেতিয়া। 4th APBnৰো কমাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়া। DIG হৈ থাকোতেই গৃহ সচিব হিচাপে শিলাদিত্য চেতিয়াক কৰিছিল বদলি। বিজ্ঞাপন আৰু পঢ়ক: IPS শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত, মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ কিন্তু আজি আহিল সেই দুঃসংবাদটো। আজি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পত্নীয়ে কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু তাৰ পিছতে পত্নীৰ মৃতদেহৰ ওচৰৰ কক্ষতে ছাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই শেষ নিশ্বাস ত্যাগ কৰে শিলাদিত্য চেতিয়াই। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Police , Guwahati First Published : June 18, 2024, 5:49 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.