NEWS

IPS শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত, মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত

IPS শিলাদিত্য চেতিয়াৰ অপমৃত্যু। মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল চেতিয়াৰ। এখন ব্যক্তিগত হাস্পতালত মৃত্যু IPS বিষয়াগৰাকীৰ। বিগত ৪ মাহ ধৰি ছুটীত আছিল বিষয়াগৰাকী। পত্নীৰ মৃত্যুত ব্যথিত হৈ চূড়ান্ত সিদ্ধান্ত লোৱাৰ আশংকা কৰা হৈছে। নিজৰ লগত থকা পিষ্টলেৰে মূৰত গুলীয়াই নিজকে শেষ কৰে বিষয়াগৰাকীয়ে। ২০০৯ বৰ্ষৰ IPS আছিল চেতিয়া। অসমৰ বাতৰি / খবৰ / অসম / IPS শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত, মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ IPS শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত, মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল চেতিয়াৰ। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : June 18, 2024, 5:20 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি IPS শিলাদিত্য চেতিয়াৰ অপমৃত্যু। মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত IPS বিষয়াগৰাকীৰ। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল চেতিয়াৰ। এখন ব্যক্তিগত হাস্পতালত মৃত্যু IPS বিষয়াগৰাকীৰ। বিগত ৪ মাহ ধৰি ছুটীত আছিল বিষয়াগৰাকী। পত্নীৰ মৃত্যুত ব্যথিত হৈ চূড়ান্ত সিদ্ধান্ত লোৱাৰ আশংকা কৰা হৈছে। নিজৰ লগত থকা পিষ্টলেৰে মূৰত গুলীয়াই নিজকে শেষ কৰে বিষয়াগৰাকীয়ে। ২০০৯ বৰ্ষৰ IPS আছিল চেতিয়া। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : June 18, 2024, 5:17 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.