ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত। মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে IPS বিষয়াগৰাকীয়ে। এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় বিষয়াগৰাকীৰ। পত্নীৰ মৃত্যুত ব্যথিত হৈ বিষয়াগৰাকীয়ে এইদৰে চূড়ান্ত সিদ্ধান্ত লোৱা বুলি আশংকা কৰা হৈছে। ২০০৯ বৰ্ষৰ IPS আছিল শিলাদিত্য চেতিয়া। পত্নীৰ অসুস্থতাৰ বাবে বিগত চাৰিমাহ ধৰি ছুটীত আছিল বিষয়াগৰাকী। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আজি হাস্পতালত মৃত্যু হৈছিল পত্নীৰ। পত্নীৰ মৃত্যুৰ পিছতে হাস্পতালত পত্নীৰ মৃতদেহৰ কাষতে থকা ICUত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত বাচি লয় বিষয়াগৰাকীয়ে। আজি বিয়লিৰ ভাগত মৃত্যু হৈছিল বিষয়াগৰাকীৰ পত্নীৰ। পত্নীৰ মৃত্যুৰ কিছু সময় পিছতে মৃতদেহৰ কাষত থকা আছুতীয়া ICUত মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত লয় চেতিয়াই। অসমৰ বাতৰি / খবৰ / অসম / IPS Shiladitya Chetia : পত্নীৰ মৃতদেহৰ সন্মুখতে নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়াই IPS Shiladitya Chetia : পত্নীৰ মৃতদেহৰ সন্মুখতে নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত ল’লে IPS শিলাদিত্য চেতিয়াই বিষয়াগৰাকীৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুক সাবটি লৈছিল। আজিৰ বিয়লি শেষ নিশ্বাস ত্যাগ কৰিছিল পত্নীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : June 18, 2024, 5:46 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত। মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে IPS বিষয়াগৰাকীয়ে। এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় বিষয়াগৰাকীৰ। পত্নীৰ মৃত্যুত ব্যথিত হৈ বিষয়াগৰাকীয়ে এইদৰে চূড়ান্ত সিদ্ধান্ত লোৱা বুলি আশংকা কৰা হৈছে। ২০০৯ বৰ্ষৰ IPS আছিল শিলাদিত্য চেতিয়া। পত্নীৰ অসুস্থতাৰ বাবে বিগত চাৰিমাহ ধৰি ছুটীত আছিল বিষয়াগৰাকী। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আজি হাস্পতালত মৃত্যু হৈছিল পত্নীৰ। পত্নীৰ মৃত্যুৰ পিছতে হাস্পতালত পত্নীৰ মৃতদেহৰ কাষতে থকা ICUত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত বাচি লয় বিষয়াগৰাকীয়ে। বিজ্ঞাপন আজি বিয়লিৰ ভাগত মৃত্যু হৈছিল বিষয়াগৰাকীৰ পত্নীৰ। পত্নীৰ মৃত্যুৰ কিছু সময় পিছতে মৃতদেহৰ কাষত থকা আছুতীয়া ICUত মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত লয় চেতিয়াই। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : June 18, 2024, 5:30 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.